Saturday, November 10, 2018

ৰস কুহিঁপাঠ (assamese poem )

     ৰস


জলকীয়া ‘জলা’ আৰু
নিমপাত ‘তিতা
চেনি মৌ কুঁহিয়াৰ
এইবোৰ ‘মিঠা’ |
জলফাই ‘টেঙা’ আৰু
কেঁহা’ আমলখি,
লুণীয়া বিচাৰি পাবা
নিমখ চেলেকি