Saturday, November 10, 2018

আমাৰ জাতীয় পতাকা-কুহিঁপাঠ (assamese old poem "Amar jatiya pataka")

আমাৰ জাতীয় পতাকা

তিনি বৰনীয়া জাতীয় পতাকা
নীল আকাশত উৰে,

ওপৰে গেৰুৱামাজত শুকুলা,
তলত শ্যামল আছে |

বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয় |

আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয় |