Wednesday, December 19, 2018

পঞ্চ ইন্দ্ৰিয়-কুহিঁপাঠ (kuhipat-assamese-poem) || CRAZY ASSAM ||

পঞ্চ ইন্দ্ৰি


দুই হাত দুই ভৰি
কাম কৰি ফুৰোঁ লৰি |
দুই চকু দুই কাণ
দেখা শুনা চোৱা কাম |
এটা নাক এখন জিভা
গন্ধ আৰু সোৱাদ বা |
ছালত চুলেই গম পাওঁ
পাঁচোটিৰেই সজাগ হওঁ |