নিকুন্জ লতা সপোন মগন( Nikunjlata sapun mogon)- লক্ষ্মীনাথ বেজবৰুৱা
 |
ৰসৰাজলক্ষ্মীনাথ বেজবৰুৱা |
নিকুন্জ লতা সপোন মগন
নিকুঞ্জ লতা সপোন মগন
বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে সপোনৰ ৰাগী
মূৰত হাত বুলাই দি |
মলয়া বতাহে লতাটি জগালে
মেলিলে ফুলৰে চকু,
জোনাকে ঢালিলে সুধাৰ নিজৰা
উপচি পৰিল বুকু |
- লক্ষ্মীনাথ বেজবৰুৱা